0 votes
in Science by (13.8k points)
পৰিপুষ্টি বুলিলে কি বুজা ?

পৰিপুষ্টি কাক বোলে ?

1 Answer

0 votes
by (66.1k points)
 
Best answer
উত্তৰ : পৰিপুষ্টি হ'ল এক জৈৱিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই গ্ৰহণ কৰা আহাৰৰ পাচন, শোষণ আৰু আত্মীয়কৰণৰ দ্বাৰা শৰীৰৰ নানান জৈৱিক বিক্ৰিয়াৰ বাবে প্রয়োজন হোৱা শক্তি আহৰণৰ লগতে বৃদ্ধি আৰু বিকাশ কার্য সংঘটিত হয়। এই গোটেই প্ৰক্ৰিয়াটোৱেই হ'ল পৰিপুষ্টি।
...