in Assamese by (3.8k points)
ডিম্বেশ্বৰ নেওগৰ চাৰিখন কবিতাপুথিৰ নাম লিখা ।

1 Answer

0 votes
by (17.5k points)
 
Best answer
ডিম্বেশ্বৰ নেওগৰ চাৰিখন কবিতাপুথিৰ নাম হ’ল - ‘মালিকা’, ‘থুপিতৰা’,‘মালতী’, ‘ইন্দ্ৰধনু’, ‘মুকুতা’, ‘মেঘদূত’, ‘অসমা’, ‘বিচিত্ৰা’ ইত্যাদি ।
...