in Assamese by (1.9k points)
শৰাইঘাটৰ যুদ্ধৰ দুয়ো পক্ষৰ সেনাপতি দুজনৰ নাম উল্লেখ কৰা।

1 Answer

0 votes
by (17.6k points)
 
Best answer
শৰাইঘাটৰ যুদ্ধৰ আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগল পক্ষৰ সেনাপতি ৰামসিংহ আছিল।
...