in Assamese by (1.9k points)
ভাৰতবৰ্ষৰ উত্তৰে কি আছে ?

1 Answer

0 votes
by (17.5k points)
 
Best answer
ভাৰতবৰ্ষৰ উত্তৰে ওখ পৰ্বত অর্থাৎ সু-উচ্চ হিমালয় পর্বতমালা আছে।
...