in Assamese by (1.9k points)
মৈত্ৰী আৰু অহিংসাৰ শলিতা-জ্বলোৱা মানে কি ?

1 Answer

0 votes
by (17.5k points)
 
Best answer
হিংসাৰ মনোভাব আতৰাই অহিংসা আৰু মিত্ৰতাৰ বাণী চৌদিশে প্ৰচাৰ কৰা।
...