in Assamese by (1.9k points)
সনক সনন্দ যোগী যাহাকু ধিয়ায়।

— সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

1 Answer

0 votes
by (17.5k points)
 
Best answer
সনক, সনন্দ আদি যোগীসকলে শ্রীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।
...