in Assamese by (1.9k points)
কবি কিহত আতুৰ হোৱা বুলি কৈছে ?

1 Answer

0 votes
by (17.5k points)
 
Best answer
কবি সংসাৰৰ দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।
...