in Assamese by (3.8k points)
শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল বৰ্তমান কিমানটা পোৱা গৈছে ?

1 Answer

0 votes
by (17.5k points)
 
Best answer
শংকৰদেৱে ‘বাৰকুৰি গীত' ৰচনা কৰিছিল যদিও বৰ্তমান ‘একুৰি চৈধ্যটা’ পোৱা গৈছে।
...