MCQ Questions for Class 10 Maths with Answers Assamese Medium

MCQ Questions for Class 10 Maths with Answers Assamese Medium – Class 10 Maths MCQ Assamese Medium

শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

1. তলৰ কোনটোৰ একক স্থানত 1 থাকিব?
(a) 19^2
(b) 34^2
(c) 18^2
(d) 20^2

Ans: (a) 19^2

2. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব ?
(a) 14: 21 আৰু  12 : 18
(b) 2: 6 আৰু 6 : 8
(c) 22 : 33 আৰু  33:24
(d) 24:28 আৰু  20:25

Ans: (a) 14: 21 আৰু  12 : 18

3. যদি লঃ সাঃ গুঃ (x,18) = 36 আৰু গঃ সাঃ উঃ (x,18) = 2,তেন্তে x হ’ব
(a) 2
(b) 3
(c) 4
(d) 5

Ans: (c) 4

4. ইউক্লিডৰ বিভাজন প্রমেয়িকা হল :
a= bq+r, য’ত
(a) 0 <r ≤ b
(b) 0 < r< b
(c) 0 ≤ r < b
(d) 0 ≤ r ≤ b

Ans: (c) 0 ≤ r < b

5. এটা বহুপদ p(x) ৰ ক্ষেত্ৰত y = p(x) লেখ x অক্ষৰ সমান্তৰাল তেন্তে  p(x) ৰ শূন্যৰ সংখ্যা হ’ল
(a) 1
(b) 2
(c) 0
(d) -1

Ans: (c) 0

6. x = 2 আৰু y = 3 ৰেখা দুডাল –
(a) কটাকটি কৰা ৰেখা
(b) সমান্তৰাল ৰেখা
(c) মিলি যােৱা ৰেখা
(d) ওপৰৰ এটাও নহয়

Ans: (b) সমান্তৰাল ৰেখা

7. তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় ?
(a) (x + 1)^2 = 2(x – 3)
(b) 2x – 1 = 5x + 3
(c) (x + 1)^2 = x^2 + 4
(d) x+1  =  7

Ans: (a) (x + 1)^2 = 2(x – 3)

8. 27, 24, 21, …..এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 0 হ’ব :
(a) 8
(b) 9
(c) 3
(d) 10

Ans: (d) 10

9. If m is the cube root on n then the value of n is-
যদি m, n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ’ব
(1) √m
(ii) 3√m
(iii) m²
(iv) m

Ans : (ii) √m

10. If √2025-45, then √20.25 =
যদি √2025 = 45, তেন্তে √20.25 =

(i) 45
(ii) 4.5
(iii) 0.045
(iv) 0.45

Ans : (ii) 4.5

Read More: SEBA Maths MCQ Model Paper for Class 10

11. যদি এটা ঘনকৰ বাছৰ দীঘ 5cm হয়, ভেস্তে ঘনকটোৰ মুঠ পৃষ্ঠকালি হ’ব-
If the length of the sides of a cube is 5cm then the total surface area of the cube is-
(a) 25 cm²
(b) 250 cm²
(c) 150 cm²
(d) 20 cm²

Ans: (e) 150 /cm²

12. The distance between the point (1, 0) and (0, 1) is –
(1, 0) আৰু (0, 1) বিন্দুৰ মাজৰ দূৰত্ব-

(i) 2
(ii) √2
(iii) I
(iv) 0

Ans : (ii) √2

13. যদি P(E) = 0.05, তেন্তে E নহাৰ সম্ভাৱিতা হ’ল –
If P(E)= 0.05, then the probability of “not E’ is –
(a) 1
(b) 1.5
(c) 0.95
(d) 0.5

Ans : (c) 0.95

14. The 10th term of the AP 0, 4, 8 …… is
0, 4, 8…. প্ৰগতিটোৰ 10 তম পদটো হ’ল-

(i) 40
(ii) -40
(iii) 36
(iv) -36

Ans : (iii) 36

15. According to the Euclid’s Division Lemma, given positive integers ‘a’ and ‘b’ there exists unique integers ‘q’ and ‘r’ such that
ইউক্লিডৰ বিভাজন প্রমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা ‘a’ আৰু ‘b’ দিয়া থাকিলে, তাত দুটা অখণ্ড সংখ্যা ‘q’ আৰু ‘r’ থাকিব যাতে

(i) a = bq+r, 0 <r
(ii) a = bq + r, 0 < r <b
(iii) a = bq+r, 0 <r
(iv) a = bq + r, 0 < r <b

Ans : (iii) a = bq+r, 0 <r<b

16. The equations 2x+y-150 and 3x-y-5-0 have
(i) Unique solution (অদ্বিতীয় সমাধান আছে।)
(ii) Infinitely many solution (অসীম সংখ্যক সমাধান আছে।)
(ii) No solution (কোনো সমাধান নাই)
(iv) None of the above (ওপৰৰ এটাও নহয়।)

Ans: (i) Unique solution (অদ্বিতীয় সমাধান আছে।)

17. For whar value of θ, sinθ=cosθ.

θ ৰ কি মানৰ বাবে siniθ = cosθ.
(0) 60º
(n) 60º
(iii) 45º
(iv) 90º

Ans : (i) 45º

18. Which of the following is a quadratic equation.
তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ হয়।
(i) (x+1)^2=2(x-3)
(ii) (x-2) (x+1)=(x-1)(x+3)
(iii) (x+1)^3=(x+1)^2+2
(iv) (x+2) (x-3)=(x+5)

Ans : (i) (x+1)^2=2(x-3)

19. In ΔABC, DE II BC. If AD= 1.5cm, BD = 3cm, AE = 1 cm then CE will be –
ΔABC DE II BC, AD= 1.5cm, BD = 3cm, AE=1 cm তেন্তে CE ৰ মান হ’ব-
(i) 4 cm
(ii) 3 cm
(iii) 2 cm
(iv) 1 cm

Ans : (iii) 2 cm

20. Two cubes each of volume 64cm’ are joined end to end. The surface area of the resulting cuboid is
প্রত্যেকৰে আয়তন 64 ঘন চে. মি. বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ’ল। উৎপন্ন হোৱা আয়ত ঘনকটোৰ (চৌপলটোৰ) পৃষ্ঠকালি হ’ব –
(i) 192 cm²
(ii) 160 cm²
(iv) 128 cm²
(v) 150 cm²

Ans : (ii) 160 cm²

21. (0,0) আৰু (-8, 6) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল –
The distance between the points (0, 0) and (-8, 6) is-
(a) 10
(b) 8
(c) 6
(d) 2

Ans : (a) 10

22. তলৰ সংখ্যাসমূহৰ কোনটোৰ দশমিক বিস্তৃতি সীমিত?

(a) 23/243

(b) 77/210

(c) 64/455

(d) 5/1600

Ans : (b) 5/1600

23. যদি (26,169) ৰ গ: সাঃ উঃ 13 হয় তেন্তে (26, 169 ) লঃ সাঃ গুঃ হ’ব –

a) 26

b) 52

(c) 338

d) 13

Ans : (c) 338

24. এটা ৰৈখিক বহুপদৰ লেখডাল X অক্ষ পাৰ হয় –

(a) এবাৰ

b) দুৰাৰ

(c) তিনিবাৰ

d) এবাৰো নহয়

Ans : (a) এবাৰ

25. x + 2y = 4 আৰু 2y – x =0 ৰ মূলকেইটা হ’ল-

a) (2,0)

b) (1, 2)

c) (4, 1)

d) (2,1)

Ans : (d) (2, 1)

26. x2 + 6x + 5 = 0 ৰ ভেদ নিৰূপক হ’ব –

a) 4

b) 2

c) -16

(d) 16

Ans : (d) 16

27. 10, 7, 4 ….. প্ৰগতিটোৰ 20 তম পদটো হ’ব –

a) 47

(b) – 47

c)-67

d) 67

Ans : (b) – 47

28. যদি A (0, 3), (0, 0), B( 5,0) শীর্ষবিন্দু তিনিটা AOBC আয়তৰ শীর্ষবিন্দু হয় তেন্তে C বিন্দুৰ স্থানাংক হ’ব-

b) (3,5)

c) (-3, 5)

d) (-3,-5)

a) (5,3)

Ans : (a) (5, 3)

29. 75 মিটাৰ ওখ স্তম্ভ এটাৰ পৰা যদি বস্তু এটাৰ পতন কোণ 30° হয় তেন্তে স্তম্ভটোৰ পদবিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব হ’ব –

a) 150 মিটাৰ

b) 75√3 মিটাৰ

(c) 50√3 মিটাৰ

d) 25√3 মিটাৰ

Ans : (b) 75√3 মিটাৰ

30. যদি দুটা সদৃশ ত্রিভূজৰ কালিৰ অনুপাত 9:25 হয় তেন্তে ইহঁতৰ অনুৰূপ বাহুৰ অনুপাত হ’ব-

a) 3:5

b) 5:3

c) 25:9

(d) 81 : 625

Ans : (a) 3:5

31. একে ব্যাসার্দ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ’ব-

a) 3:1

b) 1:2

c) 1:3

d) 1:√3

Ans : (c) 1:3

32. যদি 9, 4, 3, 2, 1, 4, 6, 9 আৰু x – 2 ৰ বহুলক 9 হয় তেন্তে x ৰ মান হ’ব-

a) 4

b) 11

c) 0

d) 9

Ans : (b) 11

33. এটা লুডুগুটি মাৰি পঠোৱা হ’ল। এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ব-

a) 5/6

b) 1/3

c) 1/2

d) 1/6

Ans : (c) 1/2

34. অপৰিমেয় সংখ্যা ৰ দশমিক স্থানৰ প্ৰসাৰণ তলৰ কোনটো 14588/625
দশমিক স্থানৰ পিছৰ শেষ হ’ব ?
(a) 2

(b) 3

(c) 4

(d) 5

Ans. (c) 4

35. a² – 15 ৰ শূন্যকেইটাৰ পূৰ্ণফল হ’ব-

(a) 1

(b) -1

(c) 15

(d) -15

Ans. (d) -15

36. x + 2y – 4 = 0 আৰু 2x + 4y – 12 = 0 সমীকৰণৰ লেখ দুডাল-

(a) পৰস্পৰে পৰস্পৰক এটা বিন্দুত ছেদ কৰে ।

(b) এডাল আনডালৰ সমান্তৰাল ।

(c) এডাল আনডালৰ সৈতে মিলি যায়।

(d) ওপৰৰ এটাও নহয়।

Ans. (b) এডাল আনডালৰ সমান্তৰাল ।

37. কি চর্ত সাপেক্ষে তলত দিয়া দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ’ব? x² + px = q

(a) p² = 4q

(b) q² = 4p

(c) p² + 4q=0

(d) q² + 4p=0

Ans. (c) p² + 4q = 0

38. 10, 7, 4, ……. সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ’ল –

(a) 97

(b) 77

(c) -77

(d) -87

Ans. (c) -77

39. সমকোণী ত্রিভুজ ABCৰ ∠A = 90° আৰু AD⊥BC তেতিয়া BD/DC=?

(a) (AB/AC)²

(b) AB/AC

(c) (AB/AD)²

(d) AB/AD

Ans. (a) (AB/AC)²

(d) 15

40. শ্ৰেণী 10–25ৰ শ্ৰেণীসূচক হ’ব :

(a) 17

(b) 18

(c) 17.5

Ans. (c) 17.5

41. sin 2A= 2sinA সত্য যেতিয়া A =

(a) 30°

(b) 90°

(c) 0°

(d) 45°

Ans. (c) 0°

42. 75 মি. ওখ স্তম্ভ এটাৰ ওপৰৰ পৰা বস্তু এটাৰ পতন কোণ 30°। তেতিয়া স্তম্ভটোৰ পাদবিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব হ’ব –

(a) 50√3m

(b) 25√3m

(c) 150√3m

(d) 75√3m

Ans. (d) 75√3m

43. যদি sec (θ + 36°) = cosecθ, তেন্তে θৰ সমান –

(a) 36°

(b) 54°

(c) 63°

(d) 27°

Ans. (d) 27°

44. যদি গ.সা.গু. (a, b) = 12 আৰু a x b = 1800 তেন্তে ল.সা.গু. (a, b) হ’ব –

(a) 1800

(b) 900

(c) 150

(d) 90

Ans. (c) 150

Thanks for reading Class 10 Maths MCQ Questions with Solutions Assamese Medium for HSLC Exam 2022-2023.

Leave a Comment