in Science by (3.8k points)
এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

1 Answer

0 votes
by (17.5k points)
 
Best answer
এছিডবােৰে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্ৰ’জেন আয়ন সৃষ্টি কৰে। সেইবাবে এছিডৰ জলীয় দ্ৰবই বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইহঁত বিদ্যুতৰ সুপৰিবাহী।
...