in Science by (1.9k points)
টর্চ এটা জুলাই টৰ্চৰ মুখখন হাতেৰে ঢাকি ৰাখিলে হাতখন ৰঙা দেখি কিয়?

1 Answer

0 votes
by (17.5k points)
 
Best answer
আমাৰ হাতৰ তলুৱাৰ মাজেদি সৰকি অহা টৰ্চৰ পোহৰৰ ৰঙা ৰঙৰ পোহৰৰ বাহিৰে বাকী সকলো পোহৰ হাতখনে শোষণ কৰে। সেয়ে আমি হাতখন ৰঙা দেখোঁ। হাতত থকা তেজৰ হিমোগ্লবিনে ৰঙা ৰঙৰ বাহিৰে বাকী ৰঙৰ পোহৰ শোষণ কৰে। গতিকে হাতখন ৰঙা দেখাৰ মূলতে হ’ল এই তেজৰ হিমোগ্লোবিনখিনি।
...