in Biology by (1.9k points)
বেছিভাগ গছ-গছনিয়েই সেউজীয়া কিয়?

1 Answer

0 votes
by (17.5k points)
 
Best answer
আমি সাধাৰণতে গছবোৰক সেউজীয়া বুলি কওঁ যদিও কিছুমান এনে গছো আছে যিবোৰ সেউজীয়া নহয়। প্ৰায়বোৰ গছেই সেউজীয়া হয়। বাবে প্রাথমিক উৎপাদক হিচাপে কাম কৰে। সেউজীয়া হোৱাৰ কাৰণ হ'ল এবিধ ৰঞ্জক পদার্থ। পদাৰ্থবিধৰ নাম হ'ল প্লাষ্টিড। প্লাষ্টিডত ক্ল'ৰ প্লাষ্ট নামৰ এবিধ সেউজীয়া পদাৰ্থ থাকে আৰু সূৰ্যৰ পোহৰ শোষণ কৰি নিজৰ খাদ্য সংশ্লেষণ কৰিব পাৰে বাবে এইবোৰক স্বভোজী উদ্ভিদ বোলে। যিবোৰত এই প্লাষ্টিড নাথকে, বিশেষকৈ ক্ল'ৰ'প্লাষ্ট, সেইবোৰে পৰজীৱী বা আনৰ ওপৰত নিৰ্ভৰ কৰি জীৱন কাৰ্য সম্পূৰ্ণ কৰে। অৱশ্যে উদ্ভিদবোৰৰ বেছিভাগেই সেউজীয়া অর্থাৎ স্বভোজী উদ্ভিদ।
...