in General Knowledge by (3.8k points)
আকাশখন পৃথিৱীৰ পৰা নীলা আৰু চন্দ্ৰৰ পৰা ক'লা দেখা যায় কিয় ?

1 Answer

0 votes
by (17.5k points)
 
Best answer
পৃথিৱীৰ বায়ুমণ্ডলত অসংখ্য ধূলিকণা থাকে। এই ধূলিকণাবোৰে সূৰ্যৰ পোহৰৰ নীলা ৰংটোক প্ৰতিফলিত কৰে। কাৰণ সূৰ্যৰ পোহৰৰ নীলা ৰংটোৰ তৰংগ দৈৰ্ঘ বাকী ৰংবোৰৰ তুলনাত বেছি। সেইবাবে বাকী ৰংবোৰক শোষণ কৰি ধূলিকণাবোৰে অকল নীলা ৰংটোকে প্রতিফলিত কৰে। ফলত আমি আকাশখন নীলা দেখো। কিন্তু যিহেত চন্দ্ৰত বায়ুমণ্ডল নাই গতিকে তাত ধূলিকণাবোৰো শূন্যত ভাহি থকাৰ কোনো মাধ্যম নাই। সেইবাবে চন্দ্ৰৰ পৰা সূৰ্যৰ পোহৰৰ প্ৰতিফলিত ৰশ্মিও দেখা নাযায়। ফল চন্দ্ৰপৃষ্ঠৰ পৰা মহাকাশখনক ক'লা দেখা যায়।
...