in General Knowledge by (3.8k points)

শীতকালি ছালত নখেৰে আঁচুৰিলে বগা আঁচ পৰে কিয় ?

1 Answer

0 votes
by (17.5k points)
 
Best answer

মানুহৰ ছালৰ একেবাৰে ওপৰৰ কর্ণিয়াম স্তৰটোৰ কোষবোৰ মৃত। শীতিকালি শুকান বতৰত ই শুকাই যায়। লাহেকৈ ঘঁহনি খালে বা নখেৰে আঁচুৰিলে শুকান মৃত কোষবোৰ ছালৰ পৰা এৰাই গৈ টুকুৰাত বগা আঁচ পৰে।

...