in General Knowledge by (3.8k points)
খিৰিকীৰ কাঁচত শিল দলিয়ালে ভাঙি যায়, কিন্তু বন্দুকৰ গুলীত ফুটাহে হয় কিয় ?

1 Answer

0 votes
by (17.5k points)
 
Best answer

হাতেৰে দলিওৱা শিলৰ গতিবেগ কম আৰু শিল আৰু কাঁচৰ সংযোগ কাল বেছি বাবে কাঁচখন ভাঙি যায়। আনহাতে বন্দুকৰ গুলীৰ বেগ তীব্ৰ। কাঁচ আৰু গুলীৰ সংযোগ কাল কম হোৱা গুণে খিৰিকীৰ কাঁচ নাভাঙি মাত্র ফুটাহে হয়।

...