in General Knowledge by (1.9k points)
আমাৰ গা খজুৱায় কিয়?

1 Answer

0 votes
by (17.5k points)
 
Best answer
আমাৰ শৰীৰৰ মাখিছালৰ তলত থকা অতি ক্ষুদ্র ক্ষুদ্র স্নায়ুবোৰ উত্তেজিত হ'লেও খজুৱতি উঠে বা আমাৰ গা খজুৱায় ৷ হিষ্টামিন (Histamine) নামৰ ৰাসায়নিক পদাৰ্থ এবিধৰ আৱিৰ্ভাৱৰ পৰাই এই স্নায়ুবোৰ উত্তেজিত হয়।
...