in General Knowledge by (3.8k points)
শীতপ্রধান অঞ্চলৰ মানুহৰ ৰং বগা কিয় ?

1 Answer

0 votes
by (17.5k points)
 
Best answer

সূৰ্যৰ তাপে ছালত মেলানিন প্রস্তুত কৰে। শীতপ্রধান অঞ্চলত সূৰ্যৰ তাপ কোমল হোৱা হেতুকে ছালত মেলানিন প্রস্তুত কমকৈ হয় আৰু এই কাৰণে এনে অঞ্চলৰ লোকৰ ৰং বগা হয়।

...