বালিত খোজ কাঢ়িলে ভৰিৰ খোজে খোজে কিছু অংশ বহি যায় বাবে ঘর্ষণ শক্তি বৃদ্ধি হয়। ঘর্ষণ শক্তি বৃদ্ধিয়ে গতিশক্তি হ্রাস কৰে আৰু খোজ কাঢ়িবলৈ বেছি শক্তিৰ প্রয়োজন হয়।